এক সুখী পৰিয়াল—সম্ভৱনে?

আপুনি বাইবেলৰ সিদ্ধান্তবোৰ পালন কৰাৰ যোগেদি আপোনাৰ বিবাহ আৰু পৰিয়াল জীৱন সুখী কৰি তুলিব পাৰিব।

পৰিচয়

এই ব্ৰচাৰখনত দিয়া বাইবেল আধাৰিত ব্যৱহাৰিক পৰামৰ্শবোৰ পালন কৰাৰ যোগেদি আপুনি আপোনাৰ বিবাহ আৰু পৰিয়াল জীৱন সুখী কৰি তুলিব পাৰিব।

ভাগ ১

সুখী বিবাহিত জীৱনৰ বাবে ঈশ্বৰৰ সহায় লওক

দুটা প্ৰশ্নই বিবাহিত জীৱন সফল কৰি তুলিবলৈ সহায় কৰিব।

ভাগ ২

এজনে-আনজনৰ বিশ্বাসী হওক

ব্যভিচাৰৰপৰা আঁতৰি থকাই হৈছে বিবাহিত জীৱনত বিশ্বাসী হৈ থকাৰ উত্তম উপায়, নহয়নে বাৰু?

ভাগ ৩

সমস্যাবোৰ কেনেকৈ সমাধান কৰিব

দুয়োজনে একেলগে কাৰ্য্য কৰাৰ যোগেদি আপোনালোকৰ বিবাহ দুৰ্বল বা বেদনাদায়ক হোৱাৰ পৰিৱৰ্তে আনন্দময় আৰু দৃঢ় হʼব।

ভাগ ৪

টকা-পইচাৰ সঠিক ব্যৱহাৰ কেনেকৈ কৰিব

বিবাহিত জীৱনত বিশ্বাস আৰু সদাচৰণৰ কি ভূমিকা আছে?

ভাগ ৫

আপোনাৰ সম্বন্ধীয় লোকসকলৰ লগত কেনেকৈ শান্তি বজাই ৰাখিব

আপোনাৰ বিবাহিত জীৱনত কোনো সমস্যাৰ সৃষ্টি নকৰাকৈ আপুনি আপোনাৰ পিতৃ-মাতৃক আদৰ কৰিব পাৰিব।

ভাগ ৬

সন্তানে কেনেকৈ বিবাহিত জীৱনলৈ পৰিৱৰ্তন আনে

সন্তান থকাৰ সত্ত্বেও আপোনালোকৰ সম্পৰ্ক দৃঢ় হʼব পাৰেনে?

ভাগ ৭

আপোনাৰ সন্তানক কেনেকৈ শিক্ষা দিব

অনুশাসন কেৱল নিয়ম আৰু শাস্তি দিয়াই নহয়।

ভাগ ৮

যেতিয়া দুৰ্ঘটনা ঘটে

প্ৰয়োজনীয় সহায় গ্ৰহণ কৰক।

ভাগ ৯

পৰিয়াল হিচাপে যিহোৱা ঈশ্বৰক উপাসনা কৰক

আপোনাৰ পৰিয়াল উপাসনাত আৰু আনন্দ কেনেকৈ লʼব পাৰে?