২০২২ প্ৰকৃত শান্তি বিচাৰি থাকক! অধিৱেশনৰ কাৰ্য্যক্ৰম

শুক্ৰবাৰ

শুক্ৰবাৰৰ কাৰ্য্যক্ৰম, গীতমালা ২৯:১১-ৰ ওপৰত আধাৰিত—“যিহোৱাই নিজৰ প্ৰজাবিলাকক শান্তি দি আশীৰ্ব্বাদ কৰিব।”

শনিবাৰ

শনিবাৰৰ কাৰ্য্যক্ৰম, ২ পিতৰ ৩:১৪-ৰ ওপৰত আধাৰিত—“তোমালোকে . . . নিষ্কলংক আৰু নিৰ্দ্দোষী হৈ, শান্তিৰে প্ৰকাশিত হোৱা।”

দেওবাৰ

দেওবাৰৰ কাৰ্য্যক্ৰম, ৰোমীয়া ১৫:১৩-ৰ ওপৰত আধাৰিত—‘আশাৰ আকৰ ঈশ্বৰে তোমালোকক, সকলো আনন্দ আৰু শান্তিৰে পৰিপূৰ্ণ কৰক।ʼ

অধিৱেশনত উপস্থিত হোৱা লোকসকলৰ বাবে সূচনা

অধিৱেশনত উপস্থিত হোৱা লোকসকলৰ বাবে সূচনা।