Skip to content

Skip to table of contents

গীত নং ১৮

মুক্তিৰ মূল্যৰ বাবে কৃতজ্ঞতা

মুক্তিৰ মূল্যৰ বাবে কৃতজ্ঞতা

(লূক ২২:২০)

  1. ১. যি-হো-ৱা আ-নি-লা,

    আ-মাক কা-ষত তু-মি।

    পু-ত্ৰক দি ক-ৰি-লা প্ৰ-কাশ,

    নি-জৰ প্ৰেম আ-মাক।

    তো-মাৰ পু-ত্ৰৰ বাবে, পা-লোঁ

    আ-মি জী-ৱন।

    এ-য়া আ-মাক তু-মি দি-য়া

    ম-হান উ-প-হাৰ।

    (কোৰাচ)

    যী-চুৰ ব-লি-দা-নে আ-মাক,

    দি-লে পা-পৰ প-ৰা উ-দ্ধাৰ।

    তো-মাৰ ম-হান

    প্ৰে-মৰ বা-বে আ-মি, দিওঁ ধ-ন্য-বাদ।

  2. ২. নি-জৰ ই-চ্ছা-ৰে যী-চু-ৱে

    দি-লে জী-ৱন,

    প্ৰে-মৰ বা-বে নি-জৰ প্ৰাণ

    দি ব-চা-লে আ-মাক।

    মু-ক্তি-প-ণৰ বা-বে, পা-লোঁ

    আ-শা আ-মি,

    ক-ৰি-লে পথ মু-ক-লি,

    দি-লে চি-ৰ-জী-ৱন।

    (কোৰাচ)

    যী-চুৰ ব-লি-দা-নে আ-মাক,

    দি-লে পা-পৰ প-ৰা উ-দ্ধাৰ।

    তো-মাৰ ম-হান

    প্ৰে-মৰ বা-বে আ-মি, দিওঁ ধ-ন্য-বাদ।

(ইব্ৰী ৯:১৩, ১৪; ১ পিত. ১:১৮, ১৯ পদবোৰো চাওক।)