Skip to content

Skip to table of contents

আপুনি বেছিকৈ জানিব বিচাৰেনে?

আপুনি বেছিকৈ জানিব বিচাৰেনে?

এজন বুদ্ধিমান ব্যক্তিয়ে এইদৰে লিখিছিল, “প্ৰজ্ঞাই মূল বস্তু, এই হেতুকে প্ৰজ্ঞা উপাৰ্জ্জন কৰা।” (হিতোপদেশ ৪:৭) ঈশ্বৰে আমাক এনে বুদ্ধি দিব পাৰে, যাৰ সহায়ত আমি জীৱনত সঠিক নিৰ্ণয় লʼব পাৰিম আৰু আনন্দত থাকিব পাৰিম।

ঈশ্বৰে আৰু বহুতো বিষয়ত ভাল পৰামৰ্শ দিছে। এই বিষয়ে বেছিকৈ জানিবলৈ jw.org ৱেবছাইটত যাওক। তাত আপুনি এইবোৰ বিচাৰি পাব . . .

  • বাইবেল

  • ভিডিঅʼ

  • এনিমেশ্বন

  • ইণ্টাৰভিউ

  • লেখ

এইবোৰ সকলো বয়সৰ লোকসকলৰ বাবে হয় আৰু আপুনি এইবোৰ বিনামূলীয়াকৈ চাব পাৰিব।